Award and Scholarship Distribution Ceremony 2022-2024

Award and Scholarship Distribution Ceremony 2022-2024

বিগত ২৫ জুলাইত অনুষ্ঠিত ৰাজেন্দ্ৰ নাথ বৰুৱা, অনিল চন্দ্র বৰুৱা আৰু জয় চন্দ্র বৰা স্মাৰক মেধা বঁটা প্ৰদান অনুষ্ঠানৰ দুটামান মুহুৰ্তৰ লগতে আমাৰ মহাবিদ্যালয়ৰ পৰা ২০২৩ আৰু ২০২২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত শীৰ্ষ স্থান প্ৰাপক সকলক বিগত ১৯ জুলাইৰ দিনা মেধা বঁটা প্ৰদানৰো কিছু মূহুর্ত। বিশেষ কিছু সমস্যাৰ বাবে বঁটা প্ৰদান কৰিব পৰা হোৱা নাছিল। অন্যহাতে ২০২৩ ৰ বিজ্ঞান শাখাৰ সৰ্বোচ্চ নম্বৰ প্ৰাপক ৰাজ পালক তেওঁৰ চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তিত সহায়ক হোৱাকৈ জ্যোতি কটকী বাইদেউ আৰু কেইজনমান সতীৰ্থৰ উদ্যোগত সংগৃহীত এটা আৰ্থিক বৰঙণিও ১৯ জুলাইৰ দিনাই প্ৰদান কৰা হয়।

a6caa712 b55e 4c35 932b 890d52e9df0b  d77c2b9a 99d2 4cfe a6b7 fa79be86cf94

 
Jagannath Barooah College (Autonomous)
Barpatra Ali, Jorhat-785001
Assam, India
 
Phone: +91 376 3510156
Email:  jbcollege@rediffmail.com
Get in touch
 
Visiting JBC

Connect with us

Don't have an account yet? Register Now!

Sign in to your account